লগৰী

সঁপোন দেখিছিলো তোমাৰ সতে
          জীৱন বাট বুলাৰ
অজানিতে এৰিলা তুমি হাত;
          আজিও ৰৈ আছো মই
          দুহাত মেলি!
জীৱন পথৰ লগৰী হবা বুলি।

image

মন্তব্য দিয়ক